Assamese Whatsapp Groups Invite Link Collection 2021 in Assamese

Assamese Whatsapp Groups Invite Link Collection 2021 in Assamese

Assamese Whatsapp Groups Invite Link Collection 2021 in Assamese

In this article মই আপোনাৰ সৈতে share কৰিবলৈ লৈছো কেনেকৈ publically link create কৰি মানু্হক আপোনাৰ Whatsapp group ত join কৰাব . Whatsapp groups invite link এই পদ্ধতিটো সকলো হোৱাটচএপ একাউণ্টৰ বাবে প্ৰযোজ্য।মাত্ৰ আপুনি এটা লিংক বনাই ললে হল। . যদি আপোনাৰ নিজা হোৱাটচএপ গ্ৰুপ আছে আৰু আপুনি তাৰ এডমিন তেন্তে Whatsapp group ৰ লিংক বনাৱলৈ ১মে Whatsapp group invitation links create কৰিবলৈ লাগিব ।

How to join Whatsapp groups via Invite Links?


যদি আপুনি Whatsapp group create কৰিছে আৰু আপোনাক Facebook group friends সকলক add কৰিবলৈ বিচাৰে , তেতিযা হলে আপুনি ১মে তেওলোকৰ নাম্বাৰ লব লাগিব পিছত Contact list ত add কৰিব লাগিব পিছত হে group ত add কৰিব পাৰিব। যিটো একেবাৰে বৰিং প্ৰচেচ.

কিন্তু এতিয়া আপুনি বন্ধুবোৰক Whatsapp group ত এড কৰিবলৈ সহজ হৈ পৰিছে। আপুনি মাত্ৰ Whatsapp group invitation link. এটা create কৰি সেয়া সকলোকে send কৰিলে হল।

আপুনি এটা নতুন assamese whatsapp group খুলি এটা ধুনীয়া অসমীয়া নাম দিব। পিছত আপোনাৰ বন্ধুসকলক join কৰাই লিংক create কৰি আমাৰ contenct form ত send কৰকচোন ।আমি ইয়াতে আপোনাৰ গ্ৰুপটোও publish কৰি দিম। যদি আপুনি assamese whatsapp group collection বিছাৰি আহিছে তেন্তে তলত আমি বহুকেইটা assamese whatsapp group link share কৰিছো। আপুনি তাত ক্লিক কৰি জইন হব পাৰে। ইয়াৰ কিছুমান assamese whatsapp group ত জইন হবলৈ গ্ৰুপৰ এডমিন জনৰ পৰা verify হব লাগে যিহেতু সেই গ্ৰুপবোৰত assamese girls number আছে । সেয়েহে যাতে কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে সেয়ে এডমিন জনে আপোনাৰ পৰা Verification বিচাৰিব পাৰে। আপুনি যদি এজন অসমীয়া তেন্তে সহজে তাত জইন হবলৈ পাৰিব।

Assamese Whatsapp Groups Invite Link: Join Best Assamese Whatsapp Group

Post a Comment

0 Comments